সাঁথৰ





শেতেলীত পৰি ৰয় বিবসনা আন্ধাৰ
শূন্যতাৰ সাঁকোৰে নামে সপোন
প্রতিশ্রুতিহীন!
বিষাদত তিতা উজাগৰী আকাশ
অশৰীৰী উষ্ম আলিংগন
আকাশ আৰু মাটিৰ!
আত্মীয়তা?
নে অন্তৰংগতা?

Post a Comment

0 Comments