অতীত


তোমাৰ মোৰ বুলিনো কি আছে

সময়ে ৰাখেই সময়ৰ হিচাপ !

আহিবাচোন এদিন

অকণমান সময়কে লৈ আহিবা মোলৈ বুলি !

সময়ৰ খোৰোঙত সোমাই খেপিয়াই চাম

সেই সময় এতিয়াওঁ আছে নে নাই !

সময়ৰো জানো বয়স নহয় ?

Post a Comment

0 Comments