শূন্যই উমনি দিয়ে শূন্যক
বাঢ়ি গৈ থাকে শূন্য,
এটাৰ পাছত দুটা
দুটাৰ পাছত তিনিটা...
যোগ, বিয়োগ, হৰণ, পূৰণৰ সৈতে
সম্পর্কহীন শূন্যবোৰ
মাথোঁ বাঢ়ি গৈ থাকে...
বাঢ়ি গৈ থাকে শূন্য,
এটাৰ পাছত দুটা
দুটাৰ পাছত তিনিটা...
যোগ, বিয়োগ, হৰণ, পূৰণৰ সৈতে
সম্পর্কহীন শূন্যবোৰ
মাথোঁ বাঢ়ি গৈ থাকে...
0 Comments