বন্ধ্যা




নিৰন্ধ্র অন্ধকাৰত যাহ গ’ল
চিকমিক জোনাকৰ ৰঙ !
অলেশ অশ্রুত শব্দ নিজতে সামৰি
ভাবনাবোৰ এতিয়া বন্ধ্যা ।

Post a Comment

0 Comments