পৰিচয়




মগজুৰ পাকলগা কুণ্ডলীত জঁট লাগে
হৃদয়ৰো জিভা এখন থকাহেঁতেন !
কিমান যে কথা আছিল ক'বলৈ ।
এতিয়া যেন জীৱনৰ অভিশাপত
শিল হোৱা অহল্যা মই !

Post a Comment

0 Comments