চিত্রপট




পর্দাখন কঁপি আছে

কোনে জানে সিপাৰে কি

এটুকুৰা ডাৱৰ নে এচমকা বিজুলী ?

মই মাথোঁ চুই চালো

বৰষুণৰ চিটিকণি পৰি সেমেকি আছিল !

Post a Comment

0 Comments