অসহায়



চকুকেইটাই হাঁহিবলৈ শিকাৰে পৰাই আত্মাটোৱে কান্দিবলৈ জনা হ’ল!
মানুহো একেই, সময়ৰ দৰে; বেছি সময় ক’তো নিটিকে!
নতুন কেলেণ্ডাৰখন লুটিয়াই চাই ভাবিলো__ আত্মাটোৰ মৃত্যু হওক!
চকুকেইটাই কান্দিবলৈ লাগিল!


Post a Comment

0 Comments