অকামিলা দেওবাৰ এটাৰ সোৱাদহীন খিচিৰি


##কেতিয়াবা কোনোবাই কোনোবাই লিখিবলৈ কয়, নোৱাৰো! বেয়া লাগে। sometimes I just hate my words, all those emotions and feelings!

 

মোৰ পাংখা, সুস্মিতালৈ :)

নদীৰ গৰাই ঢৌবোৰ সদায় নদীৰ বুকুলৈ ঠেলি পঠিয়াই.. মাজে মাজে এই কথাটোকে পাহৰি যাওঁ! কথাবোৰ সামৰি থওঁ। পানী বাঢ়িলে কথাবোৰ তিতে। ৰ’দত সেকিবলৈ মেলি দিওঁ। বতাহে যে উৰুৱাই নিব, সেই কথাটোকে পাহৰি যাওঁ! নোকোৱা কথাবোৰ কাণ পাতি শুনা নে কেতিয়াবা? শুনিবাচোন! আৰু ভাবিবা সাগৰৰ পাৰত পৰি ৰোৱা শংখবোৰৰ কথা। পাহৰি নোযোৱা কথাবোৰ নক’লে বুলিয়েই পাহৰণি নহয়! সেই কথাটোকে পাহৰি যাওঁ!! ঢৌৱে গৰা খহাই নে নদীয়ে অ’ ?

How funny it is na? You are listening my every word with a sweet smile on your face and pretending you like them, but actually those words are hurting you and your heart is crying out loud inside and again u can’t shed tears!!  You are updating your status with an 18+ joke or with some kind of funniest words etc. etc. but in real you are feeling lonely, upset, weeping and wishing a hug!!  কথাৰ ভিৰ, অথচ শুনিবলৈ কোনো নাই!

Your absence is like your presence and presence is like your absence! এনেকুৱা হয় নে কেতিয়াবা, তুমি য’ত আছা তাত আচলতে তুমি নাই? তুমি সোশৰীৰে হে মোৰ কাষত আছা কিন্তু মনেৰে তুমি আন ক’ৰবাত! অথচ মই গম পাইয়ো তোমাক সেই কথাটো অনুভৱ কৰিব দিয়া নাই! কাৰণ? ভাবা!

মই কোৱা কথাবোৰেই যেতিয়া তুমি বুজিবলৈ অপাৰগ, নোকোৱা কথাবোৰ কেনেকৈ বুজিবা নহয়নে? ভাল শ্রোতা হোৱাটো বৰ এটা সহজ কাম নহয়!

মই তোমাক বুজাই আছো যে তুমি মোৰ বাবে বৰ বিশেষ নহয়, তাকে তুমি বুজিব খোজা নাই! মই তোমাক ধেমালিতে কৈছো “You are like Sunny Leone, that’s why I like U!” মই ভাবিম জানো তুমি সেই কথাটো বুজি নাপালা বুলি? আচলতে মই সেইটোকে তোমাক বুজাব খুজিছিলো! চিধাকৈ কৈ দিলে কিজানি দুঃখ পোৱা সেইয়ে ধেমালিৰ আশ্রয় ল’লোঁ! আঙুলিয়াই দেখুৱাই দিব খোজো তোমাক “See, that is your place! You belong there only!”  তুমি ইমান মূর্খও নহয় যে সেই সাধাৰণ কথাটোকে বুজি নাপাবা! তুমি বুজিলা, তুমি মানিও ল’লা আৰু নিজকে নিচুকাই ফুচুলাই থলা সেইয়া ধেমালিহে বুলি!! Ignorance and acceptance to make yourself happy!! মাজে মাজে তুমি বৰ বুধিয়ক ছোৱালীজনী হৈ পৰা!

People will love what they love and will hate what they hate.  There is nothing like ‘half’ or ‘between’ in both cases. যদি কিবা আছে সেইয়া use & through! কথাবোৰত অকণমান মনোযোগ দিলেই বুজি পাবা এইখিনি। যদি মন নাই বেছিকৈ নভবাটোৱেই বুধিয়কৰ কাম। অন্যথা পাগলৰ প্রলাপৰ দৰে লাগিব সকলো।

কথাবোৰ সকলোৱে ভাল পাবই বা বুজি পাবই লাগিব বুলি জানো কিবা আছে? নাই। তুমি হয়তো হাঁহিবা। কোনোবাই হয়তো উপলুঙা কৰিব। কোনোবাই হয়তো ভাল পাব। আৰু হয়তো কোনোবাই বুজি পায় কান্দি দিব নীৰৱে! এনেকুৱাও হ’ব পাৰে! তোমাৰ দৰে emotional fool  বোৰৰ ক্ষেত্রত কান্দি দিব পৰা সম্ভাৱনীয়তাক নুই কৰিব নোৱাৰি। মোৰ দৰে মানুহে সেইয়া নেদেখিব পাৰোঁ কাৰণ তুমি পুনৰ বুধিয়ক ছোৱালীজনী হৈ সেইয়া লুকুৱাই থ’বা আৰু ৰছকী পখিলাজনী হৈ দৌৰি ধাপলি ফুৰিবা অথবা “comedy nights with Kapil”ৰ সৈতে বাগৰি বাগৰি হাঁহিবা আৰু দুচকুত দাঠকৈ কাজল ঘঁহি উজ্জল ৰঙৰ কাপোৰ এযোৰ পিন্ধি ফুচকা খাবলৈ ওলায় যাবা!!

Who cares! If nobody loves you, love yourself! Nothing is real but you only!

Years ago I was lonely, no one to talk, no one to share things and somehow I got many people who love to laugh with me! But yes, many of them never listened to me! And one day you happened to me who love to cry with me!! But I never cried and also never saw your tears! আজি প্রথমবাৰৰ বাবে তুমি মোৰ কাষত উচুপিব খুজিছা আৰু মই গুচি গৈছোঁ। তোমাক মই বুজি পাওঁ নে নাপাওঁ সেইয়া তুমি কেতিয়াওঁ নুবুজিবা!

Again I’m a lonely poor fellow! Virtual world is the real place for many. Sometimes what we see is not fake and what we presume is not always right! This is the real world!!  আজিকালি বোলে এইখন পৃথিৱী “হোৱাটচ্ এপ্”ত ব্যস্ত থাকে। তাত প্রাইভেচি বেছি হেনো!!!

 






Post a Comment

0 Comments