ভালপোৱা



 শীতৰ দীঘলীয়া ৰাতিবোৰ
আকাশৰ উমাল বিছনাত উজাগৰে থাকে তৰাবোৰ!
কি যে ভয়াৱহভাৱে অসহায় হৃদয়ৰ দীনতা
লুণীয়া সোঁতেৰে উথপথপ ভালপোৱা!
(ৰ’দৰ উমঘাম নাই।)

Post a Comment

0 Comments